অসমীয়া দুখৰ কবিতা :: ভালপোৱা মানুহজনক বিশ্বাস কৰিবলৈ শিকক

ভালপোৱা মানুহজনক  বিশ্বাস কৰিবলৈ শিকক

ভালপোৱা মানুহজনক  সন্দেহ নহয়‌
 বিশ্বাস কৰিবলৈ শিকক প্ৰথমে ।
যদি বিশ্বাস কৰিব ই নোৱাৰা তেন্তে
 ভাল নাপাবাই কাকোয়ে ।
কিয়নো সন্দেহ কৰি মনত
 কষ্ট পোৱা আৰু বিশ্বাস ভঙাৰ পিছত
যি কষ্ট হয় সেয়া প্ৰায় একেই
সেইবাবে কৈছোঁ
 প্ৰথমে বিশ্বাস কৰিবলৈ শিকা
কষ্ট  পাবলগা থাকিলে এনেও পাম এ
 তাক সন্দেহ কৰি বেছি কষ্ট
 দি লাভ নাই নিজৰ মনক আৰু
কোনোবাই যদি বিশ্বাস ভাঙেও তেন্তে
ইয়াৰ পৰাও আমাৰ এটা লাভ হে হয় যে
আমি কিবা এটা নতুন শিকিব পাৰিম।
মানুহ চিনিবলৈ শিকিম লগতে
 জীৱনৰ প্ৰতিটো সম্যাসা লগত
 যুঁজিবলৈ শিকি যাম আৰু
 ভূল মানুহৰ পৰা আতৰি আহিব পাৰিম
 সেই বাবে কৈছোঁ ভাল পালে কাৰোবাক
বিশ্বাস কৰাবলৈ শিকক সন্দেহ নহয়‌ ।

✍️  ভাগ্যশ্ৰী   কাশ্যপ



Post a Comment

0 Comments