অসমীয়া দুখৰ কবিতা :: বাবু কোৱাচোন এবাৰ

মোৰ ফটা কামিজৰ আৰত লুকাই থকা,,
অতিতে জুৰুলা কৰা  কলিজাটো আজি
চটফটাই আছে কামীহাৰৰ মাজত💔
ভালপোৱা লাগে সিহঁতক,,,❤️❤️
এতিয়া তেজৰ মাজত আন্দোলন✊✊
মৰম লাগে সিহঁতক,,,❤️❤️
কি কৰিলে মই শান্তি পাম
মইতো বিপ্লৱী সৈনিক নহয়,,,🤴🤴
বেদনাই জুৰুলা কৰা এটা পুৰনি আলমাৰী,,,🚪
ইয়াৰ বাহিৰে মোৰ একোৱে নাই।।।❌❌
ওই লগা বেদনাবোৰ এদিন ৰদাই দিছিলোঁ,,,🌩️
ৰদৰ গাভৰু গোন্ধত এদিন
 চিনাকি হলো তোমাৰ লগত,,,,👉👈
শিমলু ফুলা দিনৰ চেঁচা বতাজাকত🌀🌀
উৰা মাৰি গৈছিলা নতুনৰ সন্ধানত,,✈️✈️
ঢাপলি মেলিল বেদনাবোৰ তোমাৰ পিছত,,🏃
মৰমৰ ফাষ্ট এইড বিচাৰি,,❤️💉💊❤️
মোৰ প্ৰতিটো দিন উদযাপন হয়
তুমি তুমি লগা এবুকু সপোনৰ মাজত👰👰
এতিয়াও অপেক্ষা কৰো🤷🤷
সপোনৰ বালিছৰত বহি,,,💂
কিজানি অভিমানৰ টোপোলাটো আঁতৰাই
এবাৰ কোৱা মোক ভালপাওঁ বুলি,,,,🗣️
তোমাৰ লগত অভিমান কৰিব নোৱাৰো অ বাবু
কিন্তু তথাপিও কৰো ভালপোৱা বিচাৰি,,,❤️
নহলেনো কি কৰিম কোৱা,,,😭😭
মোৰ প্ৰেমৰ প্ৰতিটো দিনলিপি যে তুমি,,,🌅
বাবু,,,, সামৰি ঠুৱাচোন অভিমান পোচাকযোৰ
পৰিচয় দিয়াচোন মোৰ কেঁচা মৰমবোৰ,,,❤️
তুমি সঁহাৰি দিলে সমাজক বুজাই দিম
এটা সঁচা প্ৰেমৰ সৰল জীৱনী।।🚶🚶

 ✍️পাপু বৰা



Post a Comment

0 Comments