ভগ্ন হৃদয়ৰ কবিতা

মই দোষী

কিয় প্ৰতিবাৰেই মই দোষী হওঁ....
কিয়!!!!!
অহ..
মই প্ৰতিবাদ কৰিব নোৱাৰো বাবে
আজি মই দোষী....
আনৰ হৃদয়ত আঘাত লগাই
কথা ক'ব নোৱাৰো বাবে
আজি মই  দোষী...

ময়ো প্ৰতিবাদ কৰিব পাৰো ..
কিন্তু..
আনৰ হৃদয় পুৰিব বুলি ভাবি
আজি মই নিশ্চুপ হৈ আছো..
কিয়নো  বেনাৰ আঁৰি লৈছো দেহত....
মই যে দোষী......!!!!!!

বিচাৰ নকৰে কোনেও...
মোৰ ক্ষয়ীময় হৃদয়ৰ কথাবোৰ..
শুনা নাপায় কোনেও..
মোৰ হৃদয়ৰ শুকান চিঞৰবোৰ....
কিয়নো মই দোষী.....!!!!!!!
কাকো মুখ খুলি ক'ব নোৱাৰো বাবেই
মই দোষী....!!!!!

হয় জ‍ানো!!
মই দোষী?????

হয়তো এদিন
এই দোষী, বিষাক্ত
এই নামবোৰৰ...
বেনাৰ আঁৰিয়ে...
মেলানি মাগিম...
এই অবিষাক্ত পৃথিৱীৰপৰাই.....

           ✍আকাংক্ষা কলিতা



Post a Comment

0 Comments