100+টা অসমীয়া ষ্টেটাছ | অসমীয়া চায়েৰী | Assamese Status For Whatsapp | Assamese Caption For Life | Status In Assamese
মই এনেকুৱা এজন মানুহ বিচাৰোঁ যাৰ লগত মই ধেমালি কৰিব পাৰোঁ, ফুৰ্তি কৰিব পাৰোঁ, হিয়া উজাৰি ভালপাব পাৰো,
তেওঁ খুব Smart বা Perfect নহলেও হব, মাথোঁ মোৰ পাগলামিবোৰ চম্ভালি চিৰদিনৰ বাবে মোক আঁকোৱালি ৰাখিলেই হল♥️☺️
মানুহৰ পৰা আঁতৰি থকাটো মোৰ দূৰ্বলতা নহয়, সেইয়া আৰু এই পৃথিৱীত মই সকলোতকৈ বেছি ভালপোৱা বস্তুটো হৈছে মোৰ জেদ।
জেদ নোহোৱা হ'লে মই চাগে কেতিয়াবাই শেষ হৈ গ'লোহেঁতেন, নাইবা জীৱনটো এনেকুৱা ন'হলহেঁতেন
এজনী ছোৱালী নিজৰ মাক দেউতাকতকৈ আপোনাক বেছি ভাল পাব নোৱাৰে সঁচা,
কিন্তু, সেই ছোৱালী জনীয়ে বহুত বেছি ভাল পোৱা মাক দেউতাকক এৰি গোটেই জীৱন আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰে।♥️🥀
কেতিয়াবা একোৱেই ভাল নলগা হৈ পৰে!
কাৰো লগত কথা পাতিবও মন নোযোৱা হয়,হয়তো ভাবিব পাৰে বহুত ব্যস্ত বুলি!
নাই নহয় আচলতে অকলশৰে থাকিয়ে ভালপাওঁ কেতিয়াবা
আচলতে সম্পৰ্কবোৰ হেৰাই নাযায় ইয়াক হেৰুৱাই দিয়া হয়!
আপোনজন হেৰাই নাযায় ইয়াক হেৰুৱাই দিয়া হয়! আপোনজনক ভালপোৱা সময়খিনিত সকলোবোৰেই ভাল লাগে!
কিন্তু যেতিয়া বেয়া লাগিবলৈ ধৰে তেতিয়া যেন খোজে প্রতিয়েই ভূল লাগে!প্ৰিয়জনৰ কথাবোৰ হঠাৎ যেন নুবুজা যেন লাগে!
চিনাকি চিনাকি সময়বোৰো অচিনাকি যেন লাগে!নিজৰ মনটোকো নিজৰেই শত্ৰু যেন লাগে কাৰণ আপোনাৰ মনটোক আপুনি বুজাবলৈ পাৰে কিন্তু তেওঁ বেয়া পাই উঠা মনটোক বুজাব কোনে?
মা-দেউতাক, প্রিয়জনক হেৰুৱাৰ ভয়, Family problem, টকা পইচাৰ অভাৱ, বিচৰা বস্তুবোৰ লব নোৱাৰা কষ্ট, বন্ধুত্ব বিচ্ছেদ, সপোন বোৰ পূৰণ কৰাৰ চেষ্টা! এনেদৰেই চলিছে জীৱনটো। এদিন সকলো ভাল হোৱাৰ আশা।♥️♥️🥀
প্ৰতিজন মানুহৰ সুখ দুখ জীৱনৰ এক বুজিব নোৱাৰা প্রতিচ্ছবি, প্রতিজন মানুহৰেই সুখ আৰু দুখ সাঁচিবৰ বাবে এজন প্রিয় বন্ধু অথবা বান্ধৱী থাকে, আপুনি যদি কাৰোবাৰ জীৱনৰ এনেকুৱা ঠাই আৱৰি আছে তেন্তে আপুনি যথেষ্ট ভাগ্যৱান বুলি হাঁহি থাকক..
কিন্তু আপোনাক নিস্বাৰ্থ ভাবে কৈ যোৱা কথাবোৰৰ বাবে আপুনি কেতিয়াও সেই মানুহজনৰ চকুপানী বোৱাই নানিব।
ৰিলেচনত আছা ভালেই, দুয়ো দুয়োকে বহুত ভালপোৱা সেইটো আৰু বেছি ভাল,
কিন্তু কেতিয়াও ফেমিলিৰ অজুহাত দেখুৱাই ভালপোৱা মানুহ জন/জনীক এৰি নাযাবা।
ৰিলেচনত আছা ভালেই, দুয়ো দুয়োকে বহুত ভালপোৱা সেইটো আৰু বেছি ভাল,
কিন্তু কেতিয়াও ফেমিলিৰ অজুহাত দেখুৱাই ভালপোৱা মানুহ জন/জনীক এৰি নাযাবা।
আচলতে প্রিয় মানুহ বা জীৱনসঙ্গী সেইজনেই! যাৰ ওচৰত মানসিক শান্তি পোৱা যায়,
যাৰ লগত আপুনি স্বাধীন। 🥀♥️
পৰিস্হিতি যিয়েই নহওঁক কিয়? আপোন মানুহবোৰ কাষত থাকিলে নির্ভয়ে যুঁজ দিব পাৰি🥰
অলপ কষ্ট আৰু দুঃখ পালেই আত্মহত্যা কৰিম মই বুলি কোৱা সকলে এদিন হস্পিতালৰ, ইণ্টেন্চিভ কেয়ার ইউনিট (ICU) বা ভেণ্টিলেটৰ শুই থকা সকলক চাই আহিৰ গৈ....….......।অলপ কষ্ট আৰু দুঃখ পালেই আত্মহত্যা কৰিম মই বুলি কোৱা সকলে এদিন হস্পিতালৰ, ইণ্টেন্চিভ কেয়ার ইউনিট (ICU) বা ভেণ্টিলেটৰ শুই থকা সকলক চাই আহিৰ গৈ....….......।
এক মিনিট,এক চেকেণ্ড জীয়াই থকাৰ আশাত তেওঁলোকে কিমান কষ্ট খাই বিচনাত পৰি আছে........।
এক মিনিট,এক চেকেণ্ড জীয়াই থকাৰ আশাত তেওঁলোকে কিমান কষ্ট খাই বিচনাত পৰি আছে........।
সকলো সঁচা প্ৰেমৰ শেষ পৰিণতি বিয়া নহয়, কিছুমানৰ বাবে গোটেই ৰাতিটো হিয়াভগা উচুপনি আৰু কোনোবাৰ শান্তিৰ টোপনি ••🙂
বুকুৰ ভিতৰত অভাৱ,
কষ্ট বোৰ লুকুৱাই ৰাখি হাঁহি এটি মুখত লৈ থকা জনে বুজি পায় কষ্ট কি!
শব্দ নোহোৱাকৈ কন্দা জনে জানে কষ্ট কি
আপোনাক একপক্ষীয় ভাবে ভালপোৱা প্ৰেমিক জনৰ লগত মাত্র এদিন সময় অতিবাহিত কৰক।
হয়তো আপুনিও প্ৰেমত পৰি যাব তেওঁ আপোনাৰ প্ৰেমত পৰাৰ দৰে, তেওঁ আপোনাক বিচৰাৰ দৰে আপুনিও হয়তো তেওঁক
বিচাৰিব লাহে লাহে। |
আপোনাক নাপাওঁ বুলি জনাৰ স্বত্তেও তেওঁ আপোনাক বিচাৰে! আপুনি সময় নিদিয়ে তথাপিও এটা আশা লৈ থাকে, আপুনি গুৰুত্ব নিদিয়ে তথাপিও এটা আশাত থাকে হয়তো এদিন সময়
দিব এদিন গুৰুত্ব দিব।
একপক্ষীয় ভাবে আপোনাক বিচৰা জনৰ লগত সময় পালে কথা পাতি চাব চোন হয়তো আপুনি বিচৰা প্ৰিয়জনৰ গুণবোৰ
তেওঁৰ মাজতো থাকিব |❤️🥀🥀
আপোনাৰ Success দেখি উন্নতি দেখি আপোনাৰ প্ৰিয়জন হ'বলৈ, জীৱনসঙ্গী হ'বলৈ বহুতে বিচাৰিব।
কিন্তু আপোনাৰ কাষত থাকি আপোনাৰ দুখঃ কষ্ট বোৰ ভগাই লৈ আপোনাৰ Success হোৱালৈ অপেক্ষা কৰা জন হে আপোনাৰ প্ৰকৃত জীৱনসঙ্গী।♥️🥀🥀
জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন হয় যাক মনৰ সকলো সুখ-দুখ, ভাল-বেয়া আদি সকলোবোৰ কথা তেওঁৰ লগত খুলি ক'ব পাৰি,
লাগিলে সেইয়া মা-দেউতাই হওঁক বা ভাই-ভন্টি, দাদা-বাইদেউ, বন্ধু-বান্ধৱী, প্রেমিক-প্রেমিকাই হওঁক,
তেনেকুৱা যাৰ আছে তেওঁ নিজকে বহুত সুখী অনুভৱ কৰে, আৰু যাৰ তেনেকুৱা কোনো নাই তেওঁহে বুজি পায় দুখৰ বোজা বোৰ কিমান যে গধূৰ।
৯ মাহ পেটত, ৩ বছৰ বুকুত আৰু গোটেই জীৱন অন্তৰত ৰখা গৰাকীয়ে হ'ল মা..
সেয়েহে মাৰ অন্য এটা স্বৰূপ হ'ল
ভগৱান।
মা'ৰ কাৰণে এটা শ্বেয়াৰ নিশ্চয় কৰিব♥️
জীৱনে যি দিছে সেয়াই মোৰ ভাগ্যৰ লিখনি বুলি মানি আগুৱাই গৈছো।ক'ৰবাত যদি উজুতি খাইছো, ক'ৰবাত আকৌ কোনো অসুবিধা নোহোৱাকৈ পাৰ হৈ গৈছো। এয়াইটো জীৱন, অপ্রিয় হলেও বৰ্তমানৰ বাস্তৱ সত্যক মানি লৈছো।
কেতিয়াও কাকো একো অভিযোগ নকৰাকৈ
জীৱন জিন্দাবাদ
যিটো সম্পৰ্কত নিজৰ ভুল স্বীকাৰ কৰি ইজনে
সিজনক ক্ষমা খোজে,
সচাঁকৈয়ে তেওঁলোকৰ প্ৰেম কেতিয়াও শেষ হৈ
নাযায়
কোনো প্রেমিক-প্রেমিকাৰ ৰোমাণ্টিক ভিডিঅ এটা পালে আমি সকলোৱে শ্বেয়াৰ কৰোঁ,
কিন্তু বাস্তৱত আমি কোনেও তেনেকুৱাকৈ প্রেমিক-প্রেমিকাক চাব নোৱাৰোঁ,চিধাই চৰিত্ৰ বেয়া,সংস্কাৰ নাই এইবোৰত ধৰোঁ,কোনেও সিহঁতৰ মাজৰ বিশ্বাস আৰু ভালপোৱাখিনি নেদেখোঁ-এয়াই বাস্তৱ❤️
সম্পৰ্কটো প্রয়োজন হ'লে দেৰিকৈয়ে গঢ়ক, |
তেওঁক বুজি লওঁক তেওঁৰ লগত সুখী হ'ব পাৰিব নে নোৱাৰিব
সকলো জনাৰ পাছত হে সম্পৰ্কটো আৰম্ভ কৰক।❤️🥀
© hridoyoronuvuti.official
4 Comments
Your https://www.hussainsh.com/2023/06/new-status.html is very good
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteAssamese status thanks for sharing
ReplyDeleteAssamese Heart Touching Quotes
ReplyDelete