দোমোজা মনৰ || নতুন অসমীয়া দুখৰ কবিতা ২০২২ || New Assamese Poem 2022

দোমোজা মনৰ

তুমি এদিন আহিছিলা মোৰ জীৱনলৈ
আৰু এদিন আঁতৰি গৈছিলা সংগোপনে
মই কান্ধিছিলো…!!
আদৰি লৈছিলো নতুন আকাশ
কিন্তু……তুমি পুনৰ উদয় হলাহি
মোৰ মন আকাশত……।
কাক নো আদৰিম মই ……?
তোমাক নে সৌ আকাশত…!!
মই যে কাকো হেৰুৱাব নোৱাৰো
কিয়নো,……তুমি আছিলা মোৰ জীৱনত
প্ৰথম মৰমৰ খৱৰ দিওঁতা……।
আৰু তোমাৰ অৱৰ্তমানত যে
তেওঁ মোক মৰমেৰে আন্তৰিকতাৰে আদৰি লৈছিলা…।
মই কি কৰিম কোৱা……?
কাক হেৰুৱাই কাক আদৰিম……।



লেখা:- নমিতা গগৈ
মবাইল:- ৭৮৯৬১৪৭৮৫৯

Are you searching Assamese poems (অসমীয়া কবিতা) And this site for you. you can also Read Best Assamese poem ( অসমীয়া কবিতা ) | Thank you.

Post a Comment

1 Comments

  1. This comment has been removed by a blog administrator.

    ReplyDelete