দোমোজা মনৰ || নতুন অসমীয়া দুখৰ কবিতা ২০২২ || New Assamese Poem 2022

দোমোজা মনৰ

তুমি এদিন আহিছিলা মোৰ জীৱনলৈ
আৰু এদিন আঁতৰি গৈছিলা সংগোপনে
মই কান্ধিছিলো…!!
আদৰি লৈছিলো নতুন আকাশ
কিন্তু……তুমি পুনৰ উদয় হলাহি
মোৰ মন আকাশত……।
কাক নো আদৰিম মই ……?
তোমাক নে সৌ আকাশত…!!
মই যে কাকো হেৰুৱাব নোৱাৰো
কিয়নো,……তুমি আছিলা মোৰ জীৱনত
প্ৰথম মৰমৰ খৱৰ দিওঁতা……।
আৰু তোমাৰ অৱৰ্তমানত যে
তেওঁ মোক মৰমেৰে আন্তৰিকতাৰে আদৰি লৈছিলা…।
মই কি কৰিম কোৱা……?
কাক হেৰুৱাই কাক আদৰিম……।



লেখা:- নমিতা গগৈ
মবাইল:- ৭৮৯৬১৪৭৮৫৯

Are you searching Assamese poems (অসমীয়া কবিতা) And this site for you. you can also Read Best Assamese poem ( অসমীয়া কবিতা ) | Thank you.

Post a Comment

1 Comments

  1. Best No Deposit Bonus Codes in India - Herzamanindir.com
    5 steps1.Visit the official website of No Deposit India.
    Benefits of using a https://septcasino.com/review/merit-casino/ no worrione.com deposit bonus.
    Benefits 토토 사이트 도메인 of using goyangfc a no deposit bonus.
    Benefits 바카라 of using a no deposit bonus.
    Online Sincere Accessory domain www.online-bookmakers.info

    ReplyDelete